October 16, 2020 জনপ্ৰিয় শিল্পী কুমাৰ চানু কোৰোনাত আক্ৰান্ত Share FacebookTwitterWhatsAppTelegramKooEmail ডিজিটেল ডেস্কঃ জনপ্ৰিয় শিল্পী কুমাৰ চানু আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমান হোম কোৱাৰেন্টাইনত থকা শিল্পীগৰাকী নিজৰ ফেচবুক পেইজত কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে৷ শিল্পীগৰাকীৰ বিভিন্নজন অনুৰাগীয়ে তেওঁ আশু আৰোগ্য কামনা কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026