Breaking

মানকাচৰৰ বোৰকুনাত কালী ধামত কুমাৰী পূজা। আধ্যাত্মিক পৰিবেশ কালীধামত

0 574

আজি দুৰ্গাপূজাৰ নৱমীৰ দিনা কুমাৰী পুজা অনুষ্ঠিত কৰি ৯ গৰাকী যুৱতীক পুজা-আৰ্চনা কৰিব ভক্ত সকলে৷ ৯ গৰাকী কণমানি কুমাৰীক দেৱীৰ ৰূপত সজাই এনেদৰে পূজা কৰিছে ভক্ত সকলে৷দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী বৰকোনা কালীধামত আজি দুৰ্গাপূজাৰ নৱমীৰ দিনা কুমাৰী পুজা অনুষ্ঠিত কৰি ৯ গৰাকী কুমাৰী কণমানি যুৱতীক পুজা-আৰ্চনা কৰে ভক্ত সকলে৷


আজি পুৱা ১০ বজাৰ পৰা বৌদ্ধিক ৰীত নীতিৰে বিশেষকৈ হাজং সম্প্ৰদায়ৰ লোকে এই পুজাত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷
মন কৰিবলগীয়া যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উক্ত কালী ধামত প্ৰায় ৬৫ বছৰ ধৰি অনুষ্ঠিত কৰি আছে কুমাৰী পুজা।

Leave A Reply