Breaking

চতিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শুভাৰম্ভ হ’ল “লাচিত মাৰাথন”…

0 88

বিশ্বনাথ জিলা প্ৰশাসন আৰু বিশ্বনাথ সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আজি মহান বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ‘লাচিত মাৰাথন’ আৰম্ভ হয়।

এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মাননীয় মুনীন্দ্ৰ নাথ ঙাটে ডাঙৰীয়াই।

প্ৰায় শতাধিক যুৱক যুৱতীৰ দ্বাৰা অনুষ্ঠিত হোৱা মাৰাথন চতিয়াৰ পৰা আৰম্ভ হৈ বিশ্বনাথ চাৰিআলিত অন্ত পৰিব।

Leave A Reply