Breaking

মটক যুৱ ছাত্র সন্মিলনৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

0 58

লখিমপুৰ : মটক যুৱ ছাত্র সন্মিলনৰ প্ৰতিবাদত উত্তাল হল লখিমপুৰ।উপায়ুক্তৰ কাৰ্য্যালয় ৰসন্মুখত অৱস্থান ধৰ্মঘট,ধৰ্ণাত উত্তাল পৰিবেশ ।

মটক জনগোষ্ঠীক জনজাতি কৰণ কৰা, শান্তি আলোচনা ৰে আলফা সমস্যা সমাধান কৰা, মটক পৰিষদলৈ পৰ্যাপ্ত পুঁজি আৱন্টন দিয়া আদি বিভিন্ন দাবীত সন্মিলনে এই প্ৰতিবাদী কাৰ্য্য সুচী গ্রহণ কৰে।প্ৰতিবাদ কাৰী সকলে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি জনগোষ্ঠী টোৰ দাবী সমুহ পুৰণৰ আহ্বান জনায়।দাবী পুৰণ নকৰিলে জংগী আন্দোলন ৰো হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সংগঠনটোৱে।

লখিমপুৰৰ পৰা লেখন বুঢ়াগোহাঁই

Leave A Reply