Breaking

দুৰ্নীতিগ্ৰস্ত বিষয়া মনোজ কুমাৰ শইকীয়াৰ বাসগৃহত লাখে লাখে টকা উদ্ধাৰ…

0 65

দুৰ্নীতিগ্ৰস্ত বিষয়া মনোজ কুমাৰ শইকীয়াৰ বাসগৃহত লাখে লাখে টকা উদ্ধাৰ ৷

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ প্ৰায় ৪৫.৫৪ লাখ টকা৷

হাফলঙত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল শইকীয়া ৷

Leave A Reply