Breaking

যোগীঘোপাত মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলন…

0 59

যোগীঘোপাত মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলন।

যোগীঘোপা ঔডুবী – চাপৰ সংযোগী পথত ভূমিস্খলন।

বন্ধ হৈ পৰিছে যোগীঘোপা ঔডুবী -চাপৰ সংযোগী পথ।

গড়কাপ্তানি পথত আবদ্ধ হৈ পৰিছে কেইবাখন যান-বাহন।

পাহাৰৰ পৰা মাটি আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিল খহি বন্ধ হৈ পৰিছে পথছোৱা৷
গড়কপ্তানী বিভাগৰ লোকে চেষ্টা কৰিও আতৰাব পৰা নাই পথত জমা হোৱা মাটি আৰু শিল।
ফলত সম্পূৰ্ণ ৰূপে বন্ধ পথ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উভতি যাবলগীয়া হৈছে।

যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিৰ্পোট

Leave A Reply