Breaking

হোজাইৰ কোমোৰাকটা গাওঁত অজগৰ উদ্ধাৰ

0 533

হোজাইৰ কোমোৰাকটা গাওঁত অজগৰ উদ্ধাৰ

দক্ষিণ কোমোৰাকটা গাওঁৰ পথাৰত গছৰ ওপৰত অজগৰ থকা প্ৰত্যক্ষ কৰে স্থানীয়।

ততাতৈয়াকৈ বনবিভাগৰ লোকসকলক খবৰ দিয়াৰ লগতে গছৰ পৰা নমোৱাৰ ব্যৱস্থা কৰে স্থানীয় লোকসকলে।

অজগৰে দালে গাওঁৰ পোহনীয়া জীৱ জন্তুৰ যাতে কোনো ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গাওঁৰ একাংশ সচেতন লোকসকলৰ তৎপৰতাত সাপদালক উদ্ধাৰ কৰি বনবিভাগৰ লোকক গতাই দিয়ে।

বন বিভাগৰ লোক উপস্থিত হৈ সাপদালক উদ্ধাৰ কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰে।

Leave A Reply