Breaking

কামৰূপ আৰক্ষী আৰু STF ৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমানৰ আফিং…

0 43

কামৰূপ আৰক্ষী আৰু STF ৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমানৰ আফিং

নিশা আমিনগাাঁৱত এখন বলেৰো পিকআপ গাড়ীৰ গোপন চেম্বাৰত উদ্ধাৰ ৩৬ কেজি আফিং

জব্দকৃত ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য ৬ কৌটিৰো অধিক

পুনৰ গাড়ীৰ গোপন চেম্বাৰত ওলাল পেকেটেই পেকেটেই আফিং

DIG পাৰ্থ সাৰথি মহন্তৰ তত্বাবধানত কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু ৰঙিয়া থানাৰ OC ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই অভিযান

মণিপুৰৰ পৰা অসমলৈ লৈ অনা হৈছিল এই মাৰাত্মক আফিং

ঘটনা সংক্ৰান্তত চাৰিজন আফিং সৰবৰাহ কাৰীক আটক কৰিছে আৰক্ষীয়ে

আৰক্ষীয়ে কৰায়ত্ব কৰিছে আফিং সৰবৰাহকাৰী মন্টুল আলী, আইজুল হক (বালাগাঁও ৰঙিয়া), মহম্মদ চফিকুল আলী (ইছলামপুৰ ৰঙিয়া), ৰাজু আলী (ঘোপলা ৰঙিয়া) ।

Leave A Reply