Breaking

সৰ্ববৃহৎ নিযুক্তি ! অভিলেখ সৃষ্টিৰে সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক নিযুক্তি

0 2,172

ৰাজ্যৰ শিক্ষাখণ্ডত সৰ্ববৃহৎ নিযুক্তি। আজি সৰুসজাইত অনুষ্ঠিত হয় ৰাজ্যৰ শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰদান প্ৰক্ৰিয়া ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে সৰুসজাইত সমাবেত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিক্ষক-শিক্ষয়ত্ৰী ।

উল্লেখ্য যে, আজি নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলৰ আগন্তুক ১২ বছৰলৈ বদলি নহ’ব ।

Leave A Reply