Breaking

প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে জন্ম দিলে এটি পুত্ৰ সন্তান…

0 113

জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৰ প্ৰায় দুবছৰ পাছত তেওঁলোকৰ পৰিয়াললৈ আহিল এটি পুত্ৰ সন্তান৷

সিদ্ধুৰ পিতৃ বলকৌৰ সিঙে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে পুত্ৰৰ ফটো ৷ ফটোখনত তেওঁৰ প্ৰয়াত ডাঙৰ পুত্ৰৰ ফ্ৰেমযুক্ত ফটো এখনৰ সন্মুখত বহি থকা নৱজাতকটোক কোলাত লৈ থকা দেখা গৈছে।

সন্মুখতো কেক এটা আছিল। আনহাতে খবৰ অনুসৰি তেওঁৰ মাতৃৰ বয়স ৫৮ আৰু পিতৃৰ বয়স ৬০।

Leave A Reply