Breaking

‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত লাঠীচাৰ্জ ! অপ্ৰীতিকৰ পৰিস্থিতৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰীৰ…

0 46

‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত লাঠীচাৰ্জ । বেৰিকেড স্থাপন কৰি মোতায়েন কৰা আৰক্ষীৰে হতাহতিত লিপ্ত হৈছিল একাংশ উত্তেজিত কংগ্ৰেছৰ নেতা-কৰ্মী । মহানগৰবাসীক এইকেইটা পথ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ যানবাহন আৰক্ষীৰ । ঘটনাৰ পিছেত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা এই অপ্ৰীতিকৰ পৰিস্থিতৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰে অপ্ৰীতিকৰ পৰিস্থিতৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান ডঃ হিমন্ত বিশ্ব শৰ্মাই।

X’ত মুখ্যমন্ত্ৰীয়ে লিখি যে ‘‘এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয়। আমি এখন শান্তিপূৰ্ণ ৰাজ্য। এনে “নক্সালীয় কৌশল” আমাৰ সংস্কৃতিৰ বাবে অচিনাকি। মই অসম আৰক্ষীৰ DGPক গোচৰ ৰুজু নিৰ্দেশ প্ৰদান কৰিছো। ৰাহুলগান্ধীয়ে সমৰ্থক উত্তেজিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নিৰ্দেশ প্ৰদান কৰিছো’’

Leave A Reply