September 7, 2022 ছিপাঝাৰত ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লাটমণ্ডল Share FacebookTwitterWhatsAppTelegramKooEmail ছিপাঝাৰত ঘোচ লৈ হাতে-লোটে ধৰা পৰিল পাথৰিঘাট ৰাজহ চক্ৰৰ লাটমণ্ডল হৰি দাস সিনহা। ১৮ হাজাৰ টকা লৈ দুৰ্নীতি নিবাকৰক শাখাৰ জালত হৰি দাস সিনহা। মাটি নামজাৰিৰ নামত পংকজ ডেকা নামৰ এজনৰ পৰা ঘোচ লৈছিল পাথৰিঘাট ৰাজহ চক্ৰৰ লাটমণ্ডল হৰি দাস সিনহা। Author: দৈনন্দিন বাৰ্তা Related Articles চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয়ত আন্তঃবিদ্যালয় দলীয় কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন । North Guwahati দৈনন্দিন বাৰ্তা - July 15, 2026 অসমীয়া চলচ্চিত্ৰ জগতলৈ অপূৰণীয় ক্ষতি: অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান । Actress Purvi Sharma দৈনন্দিন বাৰ্তা - July 15, 2026 ফিফা বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেল উপলক্ষে গুৱাহাটীত ৰেষ্টুৰেণ্ট খোলা থাকিব পুৱা ৩:৩০ বজালৈ । দৈনন্দিন বাৰ্তা - July 15, 2026