Breaking

দীৰ্ঘদিনৰ অন্তৰালত ছাত্ৰ-ছাত্ৰী সকলৰ মুখলৈ ঘূৰি আহিল হাঁহি

0 2,045

সোমবাৰে শিক্ষা বিভাগৰ আদৰ্শ মৰ্মে নিৰ্দিষ্ট SOP অনুযায়ী নগাঁও বেংগলী বালিকা বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ । অনলাইন পাঠদান হৈ আছিল যদিও আজিৰ পৰা যি অফলাইন পাঠদান আৰম্ভ হবলৈ লৈছে ছাত্ৰীসকলৰ লগতে শিক্ষকসকলো যথেষ্ট উৎফুল্লিত হোৱা দেখা গ’ল। বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ মজুমদাৰকে প্ৰমুখ্য কৰি সকলোকে উৎসাহিত কৰাৰ বাবে একোখনকৈ মাস্ক আৰু এটাকৈ চকলেট বিতৰণ কৰে।

Leave A Reply