Breaking

কিংবদন্তি গায়ক পদ্মশ্ৰী পংকজ উধাছৰ মৃত্যু

0 21

‘চিঠি আয়ি হায়’ৰ দৰে স্মৰণীয় জনপ্ৰীয় গীত উপহাৰ দিয়া কিংবদন্তি গায়ক পদ্মশ্ৰী পংকজ উধাছৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

“নাম”, “সাজন” আৰু “মোহৰা”কে ধৰি হিন্দী ছবিত প্লেবেক গায়ক হিচাপে খ্যাতি অৰ্জন কৰা উধাছৰ পুৱা প্ৰায় ১১ বজাত ব্ৰিচ কেণ্ডি হাস্পতালত মৃত্যু হয়।

তেওঁৰ চিৰসেউজ গজলৰ ভিতৰত আছে -‘চন্দনী ৰাত মে’, ‘না কজৰে কি ধাৰ’, ‘ঔৰ অহিস্তা কিজিয়ে বাতে’, ‘এক তৰাফ উস্কা ঘৰ’ আৰু ‘থোডি থোডি পিয়া কৰো’।

Leave A Reply