Breaking

Browsing Category

স্থানীয় বাৰ্তা

ব্যতিক্রমী ৰূপত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱস উদযাপন এখন বিদ্যালয়ৰ

স্বাধীনতা দিৱসৰ সমগ্র কাৰ্যসূচী কণ কণ ছাত্র ছাত্রীয়ে চলাইছে।স্বাধীনতা দিৱসত প্ৰান আহতি দিয়া কণকলতাৰ গহপুৰত হোৱা ঘটনাৰ বাস্তব কাহিনীৰ মাধ্যমত নাট্য প্ৰদৰ্শন।আজি সমগ্র দেশে উদযাপন কৰিছে স্বাধীনতা দিৱস। আজাদী কা অমৃত মহোসৱৰ লগত সংগতি ৰাখি
Read More...

৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি হাজো মণ্ডল আৰু কিষান মৰ্চা…

আজি দেশৰ স্বাধীনতা দিৱস।সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ আজি ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিজেপি হাজো মণ্ডল আৰু কিষান মৰ্চা হাজো মণ্ডলৰ উদ্যোগত এটি বিশাল ত্ৰিৰংগা বাইক ৰেলী কাৰ্যসূচী সম্পণ্ণ কৰা হ'য়।
Read More...

ধুবুৰীস্থিত ঐতিহাসিক পানবাৰী মছজিদ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুয়ে…

গৌৰীপুৰত থকা পানবাৰী মছজিদ চতুৰ্দশ শতিকাত আলী মেচে প্ৰতিষ্ঠা কৰা আজি মন্ত্ৰী ৰণজ পেগু পৰিদৰ্শন কৰি কয় যে ইয়াত এখন আদৰ্শ বিদ্যালয় হব বুলি জনায়।
Read More...

দেশৰ লগতে ধুবুৰী জিলাৰ নামনি ” অসম জাতীয় বিদ্যালয় ” তো উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন

আজি গোটেই দেশজুৰি ভাৰতৰ ৭৫তম স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত সূৰ্যমনিৰ "নামনি অসম জাতীয় বিদ্যালয়"ত উলহ মালহৰে আটকধুনীয়াকৈ স্বাধীনতা দিৱস পালন কৰে।
Read More...

হাজোত আম আদমী পাৰ্টিৰ হাজো সমষ্টি সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন

আজি ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ হাজোতো আম আদমী পাৰ্টিৰ হাজো সমষ্টি সমিতিৰ উদ্যোগত আৰু আম আদমী পাৰ্টিৰ বলিষ্ঠ নেতা মুকুট আলীৰ সহযোগত হাজোৰ আধিয়াপাৰা চ'কত উদযাপন কৰা হৈছে স্বাধীনতা দিৱস । সেই অনুসৰি
Read More...

ব্যতিক্ৰমী পদক্ষেপেৰে বে- চৰকাৰী সংস্থা ৰূদ্ৰাক্ষ এটি নাম সহায়ৰ আজাদীকা অমৃত মহোৎসৱ পালন। বান বিধস্ত…

দেশৰ স্বাধীনতাৰ ৭৫তম বৰ্ষৰ আজাদীকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটৰ বে-চৰকাৰী সংস্থা ৰূদ্ৰাক্ষ এটি নাম সহায়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। সংস্থাৰ উদ্যোগত দেৰগাঁৱৰ সমীপৱৰ্ত্তী বান বিধস্ত চৰাইচাপৰি অঞ্চলৰ ৬০ টা দৰিদ্ৰ পৰিয়াল মাজত
Read More...

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন

চিলাপথাৰৰ অন্যতম শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি উলহ মালহেৰে উদযাপন কৰে দেশৰ ৭৬ তম স্বাধীনতা দিৱস । পুৱা ৮ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড ৰঞ্জিত শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতেই বিদ্যালয়ৰ ছাত্র - ছাত্ৰী সকলৰ দ্বাৰা
Read More...

গোসাইগাঁৱত ৭৬ তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলণ কৰে মহকুমাধিপতিৰ ভাৰপ্ৰাপ্ত মৃদুল বড়োৱে…

গোসাইগাঁও মহকুমাৰ গাতে লাগি থকা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত ভাৰতবৰ্ষৰ ৭৬তম স্বাধীনতা দিৱস উপলক্ষে সমুহীয়া জাতীয় পতাকা উত্তোলন কৰে মহকুমাধিপতিৰ ভাৰপ্ৰাপ্ত মৃদুল বড়োয়ে।মহকুমাধিপতি গৰাকীয়ে অসম আৰক্ষী,অসম
Read More...

স্বাধীনতা দিৱসৰ দিনাই কামৰূপ জিলাৰ হাজোত হিন্দু জাগৰণ মঞ্চই কাণত ধৰি আঠূ কঢ়ালে মাছুক আব্দুল্লাহ

স্বাধীনতা দিৱসৰ দিনাই কামৰূপ জিলাৰ হাজোত হিন্দু জাগৰণ মঞ্চই কাণত ধৰি আঠূ কঢ়ালে মাছুক আব্দুল্লাহ ।যুৱকজনে ছছিয়েল মিডিয়া যোগে দিছিল পাকিস্তান জিন্দাবাদ। কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বৰম্বৈত
Read More...

“সাংবাদিকক মই ভয় নকৰো, সন্মান আৰু শ্ৰদ্ধাৰ কৰো”: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹…

সাংবাদিকক মই ভয় নকৰো,সন্মান আৰু শ্ৰদ্ধাৰ কৰো।কাৰণ মই কোনোদিনেই সমাজৰ অনিষ্ট হ'ব পৰা কোনো কামেই কৰা নাই গতিকে মই সাংবাদিকক কিয় ভয় কৰিম। সাংবাদিকে জ্ঞান, বোধ আৰু সতাৰে সমাজৰ উন্নয়নৰ বাবে অহৰ্নিশে যি কষ্ট কৰি আছে তাৰ বাবে সাংবাদিকসকল সদাই
Read More...