Breaking

Browsing Category

স্থানীয় বাৰ্তা

প্ৰয়াত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ সোৱঁৰণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন। সমুজ্জললৈ…

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুণপাৰ (লেজা) নিবাসী তথা কামপুৰ আৰক্ষী থানাৰ প্ৰয়াত ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ সোৱঁৰণত আজি লেজা যুৱক শিৱ সংঘৰ উদ্যোগত শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাঙ্গণত বিস্তৃত কাৰ্যসূচীৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Read More...

বিহালী বেদাতীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ স্বচ্ছতা অভিযান আৰু গছ পুলি ৰোপন কাৰ্যসূচী

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পূৱ বিহালী আঞ্চলিক সমিতি উদ্যোগত বিহালী বেদেতী ছেন্টাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে হাতে হাতে ঝাড়ু লৈ স্বচ্ছ অভিযান চলোৱা দেখা গ'ল।আনহাতে সদস্য সকলে বিহালী
Read More...

মাদ্ৰাছা আশ্ৰাফিয়া মদিনাতুল উলুম, কাকৰীপাৰাৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ পদযাত্ৰা

স্বাধীনতাৰ অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ আজি দ্বিতীয় দিনা, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত- বাংলা সীমান্তৰ গাতে লাগি থকা কাকৰীপাৰা মাদ্ৰাছা আশ্ৰাফিয়া মদিনাতুল উলুমে হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ এখন পদযাত্ৰা কৰা পৰিলক্ষিত
Read More...

বঙাইগাঁও চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিস্থান ,দল-সংগঠন ,নামঘৰ,মঠ মন্দিৰ,বিদ্যালয় ,মহাবিদ্যালয়ত হৰ ঘৰ…

স্বাধীনোত্তৰ ৭৫ সংখ্যাক অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ প্ৰধান মন্ত্ৰী ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজিৰে পৰা আৰম্ভ হোৱা হৰ ঘৰ ত্ৰিৰংগা আজি নামনি অসমৰ প্ৰতি জিলাৰ প্ৰতিটো অঞ্চলৰ কেইবাটাও দল-সংগঠন, অনুষ্ঠান-প্ৰতিস্থান আদিয়ে বিভিন্ন
Read More...

নামনি অসমৰ জিলা নামঘৰ কাশিডবাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ বৃহৎ সাধাৰণ সভা: আগন্তুক…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামনি অসমৰ কেন্দ্ৰবিন্দু স্বৰূপ মাতৃ জিলা বঙাইগাঁও জিলা শাখাৰ এক বৃহৎ সাধাৰণ সভা জিলা নামঘৰ প্ৰাঙ্গন কাশিডবাত অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিতে শৰণ সদস্য ফুলচৰণ পাঠক বাপে আগধৰা এফাঁকি গুৰু বন্দনাৰে সভা অনুষ্ঠিত হয়।পিছত জিলা
Read More...

আমিনগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান সৰলতা বিৰলা জ্ঞান জ্যোতিত স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য আয়োজন

আমিনগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান সৰলতা বিৰলা জ্ঞান জ্যোতিত স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য আয়োজন ।স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিবেশন কৰা হ'ল আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান ।মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুপম
Read More...

মহানগৰীত ৫৪ফুট বহল পতাকাই দৃষ্টি আকৰ্ষণ কৰিছে পথচাৰীৰ …

মহানগৰীৰ মাজমজিয়াত উৰিছে এইখন ত্ৰিৰংগা। ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে এই বৃহৎ পতাকাখন নিৰ্মাণ কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত এইদৰে আঁৰি থৈছে মহানগৰীৰ আঠগাঁৱৰ ব্যৱসায়ী নাজাকাট আলী চৌধুৰীয়ে।
Read More...

ওদালগুৰিত জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা …

ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আজি ওদালগুৰি টাউন কমিটিৰ সভা গৃহত জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয় যায়।ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উপদেষ্টা দেৱৰাজ সাপকোটাই জাতীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ।
Read More...

চচলৰ ধৰ্নাস্হলীত চুতীয়া স্বায়ত্ত্ব শাসিত পৰিষদৰ সহযোগত চুতীয়া যুৱ সন্মিলনৰ অভিনৱ প্ৰতিবাদ…

ছয় জনগোষ্ঠী জনজাতি কৰনৰ দাবীত দীঘলীয়া সংগ্ৰাম চলাই অহা ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰী সংগঠন চুতীয়া যুৱ সন্মিলন অসমে আজি জনগোজনগোষ্ঠীটোৰ দাবীত অকলশৰে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, আজি চচলৰ
Read More...

২৩ বছৰে শিক্ষকতা কৰিও দৰমহা নোপোৱা এজন শিক্ষকে অৱসৰৰ পিছতো অব্যাহত ৰাখিছে পাঠদান …

শিক্ষকসকল মমৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে।' - এই কথাষাৰি নগাঁৱৰ এগৰাকী শিক্ষকৰ ক্ষেত্ৰত শুদ্ধ ৰূপত প্ৰতিফলিত হৈছে। তেওঁৰ নাম হৈছে ৰাজীৱ বৰুৱা । প্ৰায় ২৩ বছৰীয়া শিক্ষকতাৰ কাৰ্যকালত এই শিক্ষকজন বিনা পাৰিশ্ৰমিকৰে শিক্ষাদানৰ দৰে মহান
Read More...