Breaking

Browsing Category

স্থানীয় বাৰ্তা

‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত 'মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী' শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত আজি উপস্থিত থাকে ড° হিমন্ত বিশ্ব শৰ্মা‌ । অসমৰ ইতিহাসৰ লগত সংপৃক্ত হৈ আছে বিভিন্ন
Read More...

বঙাইগাঁৱত ভূমিকেন্দ্ৰিক মাৰপিটত এজন গুৰুত্বৰ ভাবে আহত…

বঙাইগাঁৱৰ গোলাপাৰা ১ম খণ্ডত ভূমিকেন্দ্ৰীক মাৰপিটত এজন গুৰুত্বৰ ভাবে আহত। ৩ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল।ঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ১ম খণ্ডত ভূমিকেন্দ্ৰীক মাৰপিটত এজন লোক গুৰুতৰ ভাৱে আহত হয়।
Read More...

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা” সফল কৰাৰ উদ্দেশ্যে সজাগতামূলক বৃহৎ ত্ৰিৰংগা…

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত "হৰ ঘৰ ত্ৰিৰংগা" সফল কৰাৰ উদ্দেশ্যে সজাগতামূলক বৃহৎ ত্ৰিৰংগা যাত্ৰা । আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "হৰ ঘৰ ত্ৰিৰংগা " কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ
Read More...

দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা লৈ সমাজ সৌৰভ বঁটা…

গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ ড.বাণিকান্ত কাকতি প্ৰেক্ষাগৃহত অসমৰ ডিজিটেল মিডিয়া চেনেল নৰ্থ ইষ্টৰ উদ‍্যোগত নৰ্থ ইষ্ট আইকন বঁটা প্ৰদান অনুষ্ঠানত North East 2022 ৰ সমাজ সৌৰভ বঁটা লাভ কৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ চতমা গাওঁৰ বিশিষ্ট
Read More...

মুক্তিযুদ্ধা সত্যলতা গগৈৰ গৃহত উপস্থিত হৈ বিধায়ক ৰূপেশ গোৱালাৰ জাতীয় পতাকা প্ৰদান…

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী লগত সংগতি ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে 'হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ অংশ হিচাপে আজি ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত হয় তিনিচুকীয়া জিলাৰ একমাত্ৰ মুক্তিযুদ্ধা সত্যলতা
Read More...

২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হবলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাক লৈ সাজু…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা।পৰীক্ষা কেন্দ্ৰত থাকিব এজনকৈ এছ আই,কৰ্তন কৰা হ'ব ইন্টাৰনেট। ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত
Read More...

তামুলপুৰত ‘হৰ ঘৰ ত্ৰিৰংগা ‘ সজাগতা কাৰ্য্যসূচী পালন …

দেশ স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ 'হৰ ঘৰ ত্ৰিৰংগা ' সজাগতা কাৰ্য্যসুচীয়ে এতিয়া জন আন্দোলনলৈ ৰূপান্তৰ হৈছে৷ আজি পুৱা তামুলপুৰ জিলাৰ সদৰস্থিত ঐতিহ্য মণ্ডিত তামুলপুৰ
Read More...

হাজোত আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে ‘হৰ ঘৰ তিৰংগা’ ৰ সজাগতাৰ বাবে হাজো আৰক্ষীৰ…

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাই আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপুতি উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে হৰ ঘৰ তিৰংগা শীৰ্ষক এক পদযাত্ৰা উলিয়াই । এই সজাগতামূলক পদযাত্ৰা হাজোৰ পতনিৰ সমীপৰ পৰা হাজো পাখামেলা চকলৈ উলিয়াই আৰক্ষীৰ
Read More...

কৰৈয়নি বনুৱা বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ ‘প্ৰভাত ফেৰী’ শীৰ্ষক…

আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কৰৈয়নি বনুৱা বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰভাত ফেৰী শীৰ্ষক বৰ্ণিল শোভাযাত্ৰা । খুমটাই
Read More...

তামুলপুৰত আগন্তুক স্বাধীনতা দিৱসৰ ব্যাপক কুজকাৱাজ…

আজাদী কা অমৃত মহোৎসৱ ৰ সৈতে সংগতি ৰাখি ঘৰ ঘৰ জাতীয় পতাকা শীৰ্ষক শ্লোগান লৈ জন জাগৰন সৃষ্টি কৰিবলৈ আৰক্ষী প্ৰশাসনেও বাইক ৰেলী সজাগতা সভা আদি গ্ৰহণ কৰিছে ৷ইপিনে ১৫ আগষ্টৰ দিনা তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপনৰ কাৰণেও
Read More...