স্থানীয় বাৰ্তা

পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৪০খন সাংগঠনিক জিলাত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন আজি মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁওত অনুষ্ঠিত হয়। চলাপথাৰ শ্যাম...

শাৰদীয় দাচাই পৰবৰ উপলক্ষ্যত নতুন ভিডিঅ এলবাম “কামৰু গুৰু অসম ২০২১” শুভমুক্তি পথত

অসমৰ  অষ্টিক গোষ্ঠীৰ অনাৰ্যবংশোদ্ভৱ  ভুমিপুত্ৰ  চাওঁতাল সকলৰ পূৰ্বজ তথা বীৰ পুৰুষ হুদুড়দুৰ্গা  (মহিষাসুৰ)ক অন্যায়ভাবে নানান কুট-কৌশল আৰু চক্ৰান্তৰে আৰ্যদেবীয়ে  হত্যা কৰা কাৰ্যক সহজে মানি...

নাগাৰা নামৰ বৰ্ষীয়ান শিল্পী ৰামচৰণ ভড়ালী

নামনি অসমত আজিও নাগাৰা নামে এক সুকীয়া স্হান দখল কৰি আহিছে। নৃত্য গীত আৰু নাটকীয় উপাদানেৰে মিশ্ৰিত এই বিধ কলাই তাহানিৰ পৰাই আজিলৈকে সমাজত ...

মনহাৰ অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ ঢলি পৰিল এজন গ্ৰাহক

মৰিগাঁও জিলাৰ মনহাত থকা অসম গ্ৰামীন বিকাশ বেংকত নিজৰ জমা ধন উঠাবলৈ গৈ গ্ৰাহক সকলে যমৰ যাতনা ভূগিবলগীয়া  হৈছে ৷ আজিৰ উৎকট গৰমত ঢলি...

বিহালী উন্নয়ন খণ্ড কার্যালয় চৌহদত থলুৱা খাদ্যৰ বিপনী মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  বিহালী খণ্ড উন্নয়ন বিষয়া কার্যালয় চৌহদত বুধবাৰে আত্ম সহায়ক গোটে প্রস্তুত কৰা থলুৱা খাদ্যৰ বিপনী বিহালীৰ বিধায়ক ৰণ্জিত...

Popular