স্থানীয় বাৰ্তা

সোণাৰিত কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ কৃষক গোটৰ মাজত আজি কৃষি বিভাগৰ দ্বাৰা ট্ৰেক্টৰ বিতৰণ কৰা হয়। সোণাৰি সমষ্টিৰ...

জামুগুৰি ইউকো বেংকত দালালীৰ দপ-দপনি, ঋণ দিয়াৰ নামত নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি সংঘটিত হৈছে ৷ বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ঋণ দিয়াৰ নামত দালালীৰ জৰিয়তে  সৰ্ব্বসাধাৰণ ৰাইজৰ...

বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ। মুখ্যমন্ত্ৰী ডঃ...

ৰাজ্য চৰকাৰে ক্রয় কৰক নগাঁও–কাছাৰ কাগজ কল !প্রদ্যুৎ বৰদলৈ

 অসম চৰকাৰক নগাঁও আৰু কাছাৰ কাগজ কল দুটা ক্রয়ৰ পৰামর্শ দিছে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ এই সম্পর্কত সাংসদ বৰদলৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক...

মাৰ্ঘেৰিটাত কোন এই ক’ভিড পটকল ভংগকাৰী : সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক দূ-ব্যৱহাৰ

 সমগ্ৰ তিনিচুকীয়া জিলাতে ভয়াবহ গতিত বৃদ্ধি পাৱলৈ ধৰিছে ক'ভিড আক্ৰান্ত ৰোগী সংখ্যা | জিলাখনৰ অন্তৰ্গত  মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে ক'ভিডত আক্ৰান্ত লোকৰ...

Popular