পুনৰ আটক ভিক্টৰ দাসক

পুনৰ আটক বিৰ্তকিত ভিক্টৰ দাসক।

জালুকবাৰী আক্ষীয়ে আটক কৰে বিৰ্তকিত ভিক্টৰ দাসক।

পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত আটক কৰে ভিক্টৰ দাসক।

আৰক্ষীৰ এটা বৃহৎ দলে দদৰাস্থিত ঘৰৰ পৰা আটক বিতৰ্কিত ভিক্টৰক।

বৰ্তমান ভিক্টৰক জালুকবাৰী থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles