স্থানীয় বাৰ্তা

মালিবাৰীত টেম্পো ভৰ্তি চোৰাং পেট্ৰল জব্দ

কামৰূপ জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰীত যোৱা নিশা টেম্পো ভৰ্ত্তি চোৰাং পেট্ৰল জব্দ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব...

গোলাঘাট বিধান সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ২৮৮ টা ভোটগ্ৰহণ কেন্দ্ৰ

কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু গোলাঘাট জিলা প্ৰশাসন ।ইতিমধ্যে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং অফিচাৰ , পুলিং অফিচাৰ সকল ।...

ৰঙিয়াত ব্যপক প্ৰচাৰ মন্ত্ৰী ভবেশ কলিতাৰ

৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মন্ত্ৰী ভবেশ কলিতাই সমষ্টিটোৰ ইমূৰৰ পৰা সিমুৰলৈ গাৱে-ভূঞে ব্যপক নিৰ্বাচনী প্ৰচাৰ অব্যহত ৰাখিছে। নিৰ্বাচনী সভাত অংশলৈ...

সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু

সাংবাদিক, লেখক অনিল ধাৰ্কাৰৰ ৭৪ বছৰ বয়সত মৃত্যু । মুম্বাই আনতৰজাতিক সাহিত্য উৎসৱৰ প্ৰতিষ্ঠাপক আৰু পৰিচালকৰ লগতে টাটা সাহিত্য লাইভৰ সৈতে জড়িত ধৰ্কাৰ কাৰ্ডিয়াকৰ...

দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত মৃতদেহ উদ্ধাৰ : হত্যা কৰি পেলাই থোৱাৰ সন্দেহ

দেৰগাঁৱৰ উপকন্ঠ ইপৰীয়াত আজি পুৱা এটি মৃতদেহ উদ্ধাৰ হয় ।স্থানীয় ৰাইজে পুৱা পথৰ দাতিত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ।চকু, ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন থকালৈ...

Popular