স্থানীয় বাৰ্তা

গোৰ্খা জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ফিল’বাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিৰাক সীমান্ত, ১৬ ডিচেম্বৰঃ গোৰ্খা জনগোষ্ঠীৰ অন্যতম তিহাৰ উৎসৱৰ অন্তিম দিনা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ভাতৃদ্বিতীয়া (ভাইফোটা) পালন কৰে । এই পৱিত্ৰ দিনটোত ভগ্নীসকলে...

হোজাইত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ পিতৃহীনা নাবালকৰ মৃতদেহ

 হোজাই, ১৬ ডিচেম্বৰ : হোজাইত পিতৃহীনা নাবালকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এগৰাকী পঞ্চমান শ্ৰেণীৰ ছাত্ৰ । ডিঙিত চিপ লৈ...

আজি তিৱা স্বায়ত্ব পৰিষদৰ ভোটগ্ৰহন; তিৱা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা প্ৰশাসনৰ : ১৯ ডিচেম্বৰত হ’ব ভোটগণনা

নগাঁও, ১৬ ডিচেম্বৰ : তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নগাঁও জিলা প্ৰশাসনে। নগাঁও জিলাৰ অন্তৰ্গত ১০টা পৰিষদীয় সমষ্টিৰ বাবে ইতিমধ্যে...

নলবাৰী আৰক্ষীৰ বৃহৎ সাফল্য : নলবাৰীত বেংক ডকাইতিৰে জড়িত পাঁচ ডকাইত আটক ; জব্দ বাহন, সামগ্ৰী

নলবাৰী, ১৬ ডিচেম্বৰ: নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা । নলবাৰী আৰক্ষীৰ হাতত আটক হল বেংক ডকাইতৰ লগতে ডকাইতি কাণ্ডৰ লগত জড়িত ১০ জনকৈ ডকাইত ...

জামুগুৰিহাটত শ্ৰী শ্ৰী গোপাল দেৱ সমাজৰ জিলা কাৰ্য্যনিৰ্বাহক সভা

জামুগুৰিহাট, ১৬ডিচেম্বৰ: শ্ৰী শ্ৰী গোপাল দেৱ সেৱক সমাজৰ শোণিতপুৰ জিলাৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা কালি জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্র নামঘৰত অনুষ্ঠিত হৈ যায়।...

Popular