স্থানীয় বাৰ্তা

জামুগুৰিহাটত প্ৰকাণ্ড দতাল হাতীৰ মৃত্যু, খাদ্যত বিষক্ৰীয়াৰ সন্দেহ

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীৰ গাড়ীবাটত কালি এটি  প্ৰকাণ্ড দতাল বনৰীয়া হাতী মৃত অৱস্থাত পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা...

টিংখাঙৰ বৰবাম গাঁও পঞ্চায়ত সদস্যৰ মৃত্যু

দৈনন্দিন বাৰ্তা  সেৱা, টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ বৰবাম গাঁও পঞ্চায়তৰ সদস্য তথা কেছেৰুগুৰি গাঁৱৰ সৰবৰহী যুৱক প্ৰাঞ্জল গগৈৰ(৪০)শনিবাৰৰ পুৱা প্ৰায় ৪-৩০...

কোনো কাৰণত কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’বঃ অতুল বৰা

দৈনন্দিন বাৰ্তা সেৱাঃ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰা প্ৰসংগক লৈ বিতৰ্কত  শেহতীয়াকৈ মুখ খুলিছে অতুল বৰাই। অগপৰ সভাপতি গৰাকীয়ে কয় যে, শ্বেৰমান আলীয়ে...

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪১৭১ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ২০৪ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪১৭১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ২৯৬১জন...

নাজিৰাত মহাষ্টমীত শংখ-ধ্বনিৰে মুখৰিত চৌদিশ

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ আজি মহাষ্টমী৷ ক'ৰনা আতংকৰ মাজতে নাজিৰাবাসীয়ে পালন কৰিছে দুৰ্গা পূজা৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা সকলো নিয়ম মানি পূজা সমিতিসমূহেও আয়োজন...

Popular