স্থানীয় বাৰ্তা

ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ’ কৰোনাত আক্ৰান্ত

ডবকা : হোজাই জিলাত দিনক দিনে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আজি ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৰোনাত আক্ৰান্ত...

নলবাৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনক লৈ মতভেদ

নলবাৰী : দলৈ নিৰ্বাচনক কেন্দ্ৰ কৰি মতভেদ সৃষ্টি হোৱা সন্দৰ্ভত আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। নলবাৰী জিলাৰ ইতিহাস...

দহলাখ টকাৰ ব্যয়ৰে কুসুমটোলাৰ দীপাটোলাত খেলাপথাৰৰ চাৰিসীমাৰ দেৱালৰ আধাৰশিলা শিলা স্থাপন

জামুগুৰিহাট : চতিয়া সমষ্টিৰ কুসুমটোলাৰ নিকটৱৰ্ত্তি দীপাটোলাৰ দীপাটোলা খেলাপথাৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ২০১৯-২০ বৰ্ষৰ আনটাইট পুঁজিৰ পৰা আৱণ্টন হোৱা...

কাৰ্বিআংলং ৰ পয্যটন স্থলীত সশস্ত্ৰ কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ : বন্ধ হল টকৌলাংচ জলপ্ৰপাত : পয্যটকৰ প্ৰৱেশ নিষিদ্ধ

বোকাজান : প্ৰকৃতিৰ মনোৰম নৈসৰ্গিকতাৰে ভৰপূৰ পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ টকৌলাংচ জলপ্ৰপাতস্থলিত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থী সদস্যৰ মুক্ত বিচৰণে সমগ্ৰ...

নগাঁৱৰ মৰিকলং চাৰিআলি-জয়শ্ৰী চিনেমা হল সংযোগী মহাত্মা গান্ধী পথৰ বিধ্বস্ত ৰূপ

নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ কৃষ্ণা হল চাৰিআলি আৰু জয়শ্ৰী চিনেমা হলৰ ৩৭...

Popular