স্থানীয় বাৰ্তা

হোজাইত এগৰাকী অভিযন্ত্ৰাৰ কভিড-১৯ পজেটিভ ওলোৱাৰ পাছতো চেনিটাইজাৰ নকৰাকৈ চলাই গৈছে কাৰ্যালয়।

হোজাই : ডবকাত এগৰাকী অভিযন্তাৰ দেহত ধৰা পৰিছে কভিড-১৯ পজেটিভ।অভিযন্ত্ৰা গৰাকীৰ নাম শ্বনাতন বশ্য।শ্বনাতন বশ্য নামৰ অভিযন্ত্ৰা গৰাকীৰ দেহত কভিড-১৯ পজেটিভ ধৰা পৰাৰ...

বিজ্ঞানৰ স্নাতক হৈয়ো গো-পালনৰে স্বাৱলম্বীতাৰ অৰ্পূৱ নিৰ্দশন দাঙি ধৰিছে নগাঁৱৰ লক্ষী প্ৰসাদ বৰাই।

নগাঁও : নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত ব্ৰাহ্মণ গাঁৱৰ লক্ষী প্ৰসাদ বৰা সম্প্ৰতি জিলা খনৰ আন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। বিগত...

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ গোচৰৰ প্ৰতিক্ৰিয়া : জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিলে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই ।

নগাঁও : ক'ভিড-১৯ ৰ ভয়াবহতাৰ মাজত স্বাস্থ্য বিধি উলংঘা কৰি প্ৰসিদ্ধ ধৰ্মীয় নেতা মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত অংশগ্ৰহণ কৰাৰ অভিযোগত নগাঁও লোকসভা সমষ্টিৰ...

পৰিবৰ্তনকামী চৰকাৰৰ ৪ টা বছৰত এচপৰা মাটি, এটা শিলগুটি নপৰিল শিমলুডোঙা অঞ্চলৰ এটা পথত । এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি জীয়াতু ভোগিছে ৫...

ঢকুৱাখনা : ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন উফৰাই উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ যোৱা চাৰিটা বছৰতো একো উন্নয়নৰ প্ৰভাৱ নপৰিল...

চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ পাৰত বন বিভাগৰ উদ্যোগত বৃক্ষৰোপণ।

নাজিৰা : যোৱা পহিলা জুলাইৰ পৰা আৰম্ভ হোৱা ৭১ তম বন মহোৎসৱ সপ্তাহৰ অন্তিম দিনটোত নাজিৰা মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী চন্টকৰ ঐতিহাসিক সোনাদৈ পুখুৰীৰ...

Popular