স্থানীয় বাৰ্তা

যুৱতীক অশ্লীল মেচেজ দি শলঠেকত বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ মানকি : ব্যাপক প্ৰতিক্ৰিয়া

তিনিচুকীয়া : এগৰাকী যুৱতীক মোবাইলৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ দি আৰক্ষীৰ শৰণাপন্ন হ'বলগা হৈছে শাসকীয় বিজেপি দলৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা। নেতাগৰাকী হ'ল বিজেপি চাহ...

মাজুলীত সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ

উজনি-মাজুলী : বছৰৰ তৃতীয়টো বানে তাণ্ডৱ অব্যাহত ৰাখিছে মাজুলীত। মাজুলীৰ উত্তৰে থকা সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ততোধিক গাঁও। বিশেষকৈ জিলাখনৰ চেঙেলীবাৰী, মেৰুৱাবাৰী, কলিতাপাৰ, ঠাকুৰসুঁতি,...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ, মৰিয়নি কংগ্ৰেছ নেতাৰ দুষ্কাৰ্য

হাঁহচৰা :  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপেৰে গৃহ নিৰ্মাণ কৰি মৰিয়নিত এজন কংগ্ৰেছী নেতা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণি...

মাজবাটত বিধ্বংশী অগ্নি কাণ্ড, দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

ওৰাং : নিশা মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰবাৰীত সংঘটিত হয় বিধ্বংশী  অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। স্থানীয় লোকৰ সন্দেহ শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত...

লকডাউনে আৰ্থিক প্ৰভাব পেলাইছে অধিবক্তাক ৷ শীঘ্ৰেই চৰকাৰে আৰ্থিক সাহৰ্য্য প্ৰদান কৰক অধিবক্তা সকলক : বিৰাজ কুমাৰ চৌধুৰী

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় হিছাপে সমগ্ৰ দেশত প্ৰযোজ্য হৈছে লকডাউন৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকসকল কম-বেছি পৰিমাণে আৰ্থিক সংকটৰ সন্মুখীন...

Popular