স্থানীয় বাৰ্তা

নলবাৰীৰ দহকণীয়া গাঁৱৰ ভগ্ন মথাউৰিৰ তদন্ত তথা মেৰামতিৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা নলবাৰী জিলা উপাযুক্তক দাবী জনাই নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।

নলবাৰী : নলবাৰী জিলা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দহকণীয়া গাঁৱৰ মথাউৰি ভাঙি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিৱৰণী...

নগাঁৱৰ ধিং গেটৰ ব্যৱসায়িক গুদামত অগ্নিকাণ্ড। ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।

নগাঁও : কালি পুৱতি নিশা নগাঁৱৰ ধিং গেটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ধিং গেটৰ এটা ব্যৱসায়িক গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা...

কৃষি ক্ষেত্ৰ উদ্ভাৱনত ৰ’ডমেপ তৈয়াৰ ৬ কৃষি বিজ্ঞানীৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : অভিযোজন বচাই ৰখাৰ মূল চাবিকাঠি আৰু উত্তৰ পূৱৰ তিনিখন ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ছগৰাকী কৃষি বিজ্ঞানীয়ে কৃষি ক্ষেত্ৰ উদ্ভাৱনৰ...

দৰঙত দৰং জিলা পৰিষদৰ সভাপতিকে ধৰি পুণৰ ২৬ জন আক্ৰান্ত ক’ভিডত ।

নামখলা : স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে শনিবাৰৰ দিনটোত জিলাখনত পুণৰ ২৬ জন লোকৰ দেহত...

ওৰাং আৰক্ষীৰ জালত পৰিল দুই দুধৰ্ষ চোৰ।

ওৰাং :  কেইৱাটাওঁ চুৰিকাণ্ডৰ সৈতে জড়িত দুই দুধৰ্ষ চোৰ আজি ওৰাং আৰক্ষীৰ জালত পৰে। আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই...

Popular