স্থানীয় বাৰ্তা

কঠিয়াতলীত অৰ্ধউলংগ মহিলাৰ মৃতদেহ উদ্ধাৰ । মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ।

নগাঁও : কঠিয়াতলি বজাৰৰ মাজমজিয়াত আজি পূৱাভাগত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বজাৰখনৰ মাজত থকা এটি জিৰণিচৰাত অৰ্ধউলংগ অৱস্থাত...

নগাঁৱত গৃহস্থৰ বিনা অনুমতিত দুস্কৃতিকাৰীৰে কাটিলে ম্যাদী পট্টাৰ কদম ।

নগাঁও, ননৈ : নগাঁও জিলাত ক্ৰমাত বৃদ্ধি পাইছে একাংশ দুস্কৃতিকাৰীৰ অবাধ বন ধংস যজ্ঞ ৷ পাহাৰ-চৰকাৰী মাটিত থকা মূল্যবান গছ বন কাটি তহিলং কৰি অহাৰ পিছত দুস্কৃতিকাৰীৰ...

গৰৈমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন আইডিয়েল একাডেমিৰ ।

সোণতলী : মহামাৰী কৰোণাৰ আতংকৰ  মাজতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক অভিনন্দন জনাবলৈ পাহৰা ৰাজ্যবাসীয়ে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক সোমবাৰে অভিনন্দন জনালে গৰৈমাৰীস্থিত আইডিয়েল...

নলবাৰীত ড্ৰাগছ ব্যৱসায়ী আটক ।

নলবাৰী : নলবাৰীত জব্দ হ'ল বহু পৰিমাণৰ নিচাযুক্ত টেবলেট।  নলবাৰীত আৰক্ষীৰ অভিযানত ধৰা পৰিল ড্ৰাগচৰ ব্যৱসায়ী। ড্ৰাগচ সৰবৰাহত ব্যৱহৃত  গাড়ী সহঃ  নিচাযুক্ত  টেবলেট জব্দ । জব্দ  কৰা  গাড়ী  খনৰ নম্বৰ  হল  AS 28...

হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংবাদমেল।

নলবাৰী : সুদিৰ্ঘ কালৰে পৰা অসম আৰু অসমীয়া খিলিঞ্জীয়া অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত  আৰু বেদেশী হাতোৰাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ চেষ্টা কৰি আছিল। আৰু...

Popular