স্থানীয় বাৰ্তা

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

নাজিৰা মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ...

পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিৰ হাঁহাকাৰ : লকডাউনৰ বাবে পানীৰ দৰত বিক্ৰী গাখীৰ

দৰং লকডাউনৰ বাবে দৰঙৰ গো-পালকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে গাখীৰ৷ ২০০ গো-পালকক লৈ গঠিত পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিত প্ৰতিদিনে...

বোকাজানত ড্ৰাগছসহ আটক ১

বোকাজান  বোকাজান নগৰৰ মাজমজিয়াত সোমবাৰে আৰক্ষীয়ে এখন নম্বৰ প্লেট বিহীন বাইকত অহা এজন যুৱকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন বালিপথাৰৰ দিলাওজানৰ ধীৰাজ চিংফৌ...

ৰাজপথত ট্ৰাক চালকক মাস্ক পিন্ধালে মঙলদৈৰ বিধায়কে

মঙলদৈ মাস্ক নিপিন্ধাকৈ ঘৰৰ পৰা যাতে বাহিৰলৈ কোনো লোক ওলাই নাহে তাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে সোমবাৰে দৰং বিজেপিৰ উদ্যোগত মঙলদৈৰ ভিন্ন স্হানত মাস্ক বিতৰণ কৰে৷...

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈ দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ পুণিয়া চকত দেওবাৰে আবেলি প্ৰায় দুই বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনা  সংঘটিত কৰা...

Popular