স্থানীয় বাৰ্তা

বিশ্বনাথৰ কয়লাজুলিত বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী উদযাপন । Biswanath

বিশ্বনাথৰ কয়লাজুলিত বাথৌ মহাসভাৰ ৰূপালী জয়ন্তী উদযাপন । Biswanath

Matok Students Union: বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহ আৰু যুৱ সাংবাদিক তপন কুমাৰ শইকীয়াক বিশেষ সম্বৰ্ধনা মটক ছাত্ৰ সন্থাৰ

সদৌ অসম মটক ছাত্ৰ সন্থাৰ ২৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত লাহোৱালৰ বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক বিশেষ সম্বৰ্ধনা জনায় মটক ছাত্ৰ সন্থাই।(Matok Students Union)

Rajib Sadiya: প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী

মাঘ বিহুৰ উৰুকা দিনা (Rajib Sadiya) কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী৷

Debojit Borah: জাতীয় আদৰ্শ শিক্ষা সংসদৰ বঁটা বিতৰণী সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা

অসম সাহিত্য সভাই প্ৰতিজন অংকুৰিত কবি-সাহিত্যিকক সাহিত্য চৰ্চাৰ এখন বহল মঞ্চ প্ৰদান কৰিব;আজি অসমৰ ছাত্ৰ-ছাত্ৰীয়েই কাইলৈৰ অসম সাহিত্য সভাক নেতৃত্ব দিব লাগিব।(Debojit Borah)

মহাকুম্ভত জিলিকিল শংকৰী সংস্কৃতিৰ আধাৰ নামঘৰ । Mahakumbhat Mela

মহাকুম্ভত জিলিকিল শংকৰী সংস্কৃতিৰ আধাৰ নামঘৰ । Mahakumbhat Mela

Popular