স্থানীয় বাৰ্তা

Himanta Biswa Sarma। এজনৰ পাছত আনজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্য়মন্ত্ৰী শৰ্মাৰ

Himanta Biswa Sarma। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎকৰাৰ পাছত শৰ্মাই এছ জয় শংকৰ. জেপি নাড্ডা, জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে । মঙলবাৰে শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী কথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নাড্ডাক সাক্ষাৎ কৰে ।

Skill: অসমত দক্ষতা বিকাশৰ নতুন যুগৰ সূচনা,ঔদ্যোগিক সন্মিলন, ২০২৪

"আমি নিশ্চিত যে এই সহযোগিতাই অসমৰ দক্ষ কৰ্মশক্তিক বিশ্ব উদ্যোগৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হ’বলৈ সক্ষম কৰিব।"- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা চৰকাৰ আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ মাজত...

Assam News: চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীত পথ-সুৰক্ষাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

দুৰ্ঘটনাগ্ৰস্থ পৰিয়ালৰ কৰুণ জীৱনগাঁথাৰ বৰ্ণনাৰে মঞ্চস্থ নাটকে সচকিত কৰিলে অগণন ৰাইজক। চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ দেওবাৰৰ সাংস্কৃতিক সন্ধিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ...

Dhakuakhana। নটসূৰ্য নাট সমাৰোহ ২০২৪ আৰম্ভ

Dhakuakhana। সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত 'নটসূর্য'ৰ ২৮সংখ্যক বার্ষিক নাট সমাৰোহ ৫দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ । উদ্বোধনী নাট হিচাপে ঢকুৱাখনাৰ পৰা গৌৰৱ বৰুৱাৰ নেতৃত্বত অহা ভাস্কৰ বৰুৱাৰ ৰচিত আৰু পৰিচালিত, ঢকুৱাখনা এক্টিং একাডেমী প্রযোজিত নাটক 'মলখু' নাটখন মঞ্চস্থ কৰে।

Angelic Bonds:বঙাইগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰৰ এমাজনত প্ৰকাশ গল্প পুথি, ১৯ দেশত মুকলি

বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ৰ(Angelic Bonds) ১৭ বছৰীয়া ছাত্ৰ সন্দীপ বাকালীয়ে(Sandeep Bakali) এক অনন্য সাফল্য লাভ কৰিছে৷(Amazon) এই বয়সতে প্ৰকাশ কৰি উলিয়াইছে 'এঞ্জেলিক বণ্ডছ-দ্যা জাৰ্ণি অৱ ড্ৰীমছ, লাভ এণ্ড ৰেজিলিয়েন্স' (Angelic Bonds: The journey of Dreams, Love and resilience) শীৰ্ষক তেওঁৰ প্ৰথমখন গল্প পুথি৷

Popular