Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্থানীয় বাৰ্তা
এছএছবিৰ জোৱানসকলৰ কল্যাণৰ বাবে লাইফ ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ ফালৰ পৰা ৱাটাৰ কুলাৰ প্ৰদান ।PARAM
তেজপুৰৰ লিচু বাগান পৰিদৰ্শন কৰি কৃষকসকলৰ সৈতে মত-বিনিময় কৃষিমন্ত্ৰী পীয়ূষ হাজৰিকাৰ
ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, সোণাৰিত আটক দুজন চিকিৎসক
Guwahati। দেশৰ ভিতৰতে পিৰষ্কাৰ বায়ু উত্তৰ-পূবৰ আইজল আৰু গুৱাহাটীত!
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
গুৱাহাটী, ২১ নবেম্বৰঃ Guwahati । উত্তৰ পূবৰ আইজল আৰু গুৱাহাটী চহৰে ভাৰতৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ বায়ুৰ বাবে স্বীকৃতি লাভ কৰিছে। প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বহনক্ষম...
Jatiya Vidyalaya । পাঠ্যপুথিৰ অধ্যায়ৰ বিষয়বস্তুক জীৱন্ত ৰূপত উপস্থাপন এজাক শিশুৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক পাঠ্যক্ৰমৰ জৰিয়তে শিশুৰ শিক্ষণ প্ৰণালী অধিক জটিল আৰু যান্ত্ৰিক কৰি তোলা হৈছে, সেইসময়তে নগাঁও জিলাৰ বঢ়মপুৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানদীপ জাতীয় বিদ্যালয়ে (jatiya vidyalaya) পাঠ্যক্ৰমৰ বিষয়সমূহক সজীৱ আৰু সাৱলীল কৰিবলৈ সৰল আৰু সহজে বোধগম্য হোৱাকৈ এক সুন্দৰ পন্থা অৱলম্বন কৰি দাঙি ধৰিলে উৎকৃষ্ট নিদৰ্শন ।
Elephant। দুই আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মৰণ কাতৰ আৰ্তনাদ !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
গোলাঘাট বন সংমণ্ডলৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ মৰঙি অঞ্চলত আঘাতপ্ৰাপ্ত দুটাকৈ বনৰীয়া হাতীৰ বিচৰণে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ( Elephant )মৰঙিৰ উদয়ন চাহ বাগিচাত কালি এটা বনৰীয়া হাতীক ৰক্তাক্ত অৱস্থাত বিচৰণ কৰি থকা অৱস্থাত দেখাৰ পিছত আজি ৰংবঙতো ভৰিত আঘাতপ্ৰাপ্ত এটা হাতীয়ে লেঙেৰাই লেঙেৰাই গাঁৱৰ পথত ঘুৰি ফুৰা দেখা যায় ।
Sivasagar । শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
চৰকাৰী জাননী নং ই ফাইল নং ৩৭৪৪৬৫/ ২৮৭৯২১০/ ২০২৪/পশুধন শাখা, তাৰিখ গুৱাহাটী ১৯ নৱেম্বৰ, ২০২৪ আৰু শিৱসাগৰ (Sivasagar) জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় পৰা লাভ কৰা পত্ৰ নং.ডিভিএছ/এএছএফ/২০২৪-২৫/৬৯০ তাৰিখ ১৯ নৱেম্বৰ/২০২৪ অনুসৰি ডিমৌ ৰাজহ চক্ৰৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত একাৰাণী গ্ৰান্ট(Ekarani Grant) আৰু বৰ দেওধাই জাপিছাজিয়া (বটকা পুৰাণী পাম)গাঁওখন দুখনক আফ্ৰিকান ছোৱাইন ফিভাৰ ডিজিজ"ৰ "এপিচেণ্টাৰ- উৎপত্তিৰ স্থল" হিচাপে ঘোষণা কৰা হৈছে।
DOG । চামগুৰিত জীৱশ্ৰেষ্ঠ মানুহৰ কুকৰ্ম
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
(Nagaon ) নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হ’ল এজনী প্ৰভূভক্ত মাইকী কুকুৰ (DOG) ৷ পাঁচটাকৈ সদ্যোজাত পোৱালিক মাতৃহীনা কৰি স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ যুৱকজনে মৰিয়াই মৰিয়াই নৃশংসভাৱে মাইকী কুকুৰজনীক হত্যা কৰাৰ বাবে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক প্ৰতিবাদমুখৰ পৰিস্থিতি ৷
1
...
274
275
276
...
2,182
Page 275 of 2,182
Popular
এছএছবিৰ জোৱানসকলৰ কল্যাণৰ বাবে লাইফ ইন্স্যুৰেন্স, PARAM গুৱাহাটী শাখাৰ ফালৰ পৰা ৱাটাৰ কুলাৰ প্ৰদান ।PARAM
দৈনন্দিন বাৰ্তা
-
June 29, 2026