স্থানীয় বাৰ্তা

মাৰ্ঘেৰিটাৰ বিশিষ্ট শিক্ষাবিদ কৃষ্ণ প্ৰসাদ সিংহৰ দেহাৱসান, প্ৰয়াত কৃষ্ণ প্ৰসাদ সিংহক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন…

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ,দক্ষ প্ৰশাসক, শিক্ষাবিদ কৃষ্ণ প্ৰসাদ সিংহই আজি পুৱা ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যু খৱৰ লাভ কৰা পিছতেই মাৰ্ঘেৰিটাৰ...

শ্ৰমিক নেতা প্ৰিয় গুপ্তৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মালিগাঁৱত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ…

সৰ্বভাৰতীয় শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰ এন. এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন সাংসদ তথা শ্ৰমিক বন্ধু খ্যাত কমৰেড...

চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টি বলীয়া বানৰ কবলত…

চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টি ভয়ংকৰ বলীয়া বানৰ কবলত৷ হাজাৰ হাজাৰ ঘৰৰ মানুহৰ ভিতৰত পানী তথা বহু ৰাস্তা পানীৰ তলত বুৰ গৈছে৷...

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ এলেকাত বিশাল ত্ৰিৰংগা বাইক ৰেলী

দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ ত্যাগ, বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ ত্যাগক নতুন প্ৰজন্মৰ আগত দাঙি ধৰা, দেশবাসীৰ মাজত দেশপ্ৰেমৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে...

মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মহানুভৱতা, গড়চুকত আহত বাইক আৰোহী যুৱকক নিজৰ বাহনত উঠাই লৈ গল জি এম চি এইচলৈ…

গুৱাহাটীৰ জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকৰ সমীপত দেওবাৰে নিশা প্ৰায় ৮.৫০ মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী কম-বেছি পৰিমাণে...

Popular