স্থানীয় বাৰ্তা

গোগামুখ ৰিজ’লোছন একাডেমীৰ ছুপাৰ ৩০ শুভাৰম্ভ,  সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু… 

সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক সকলো পৰীক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে গভীৰ অধ্যয়ন কৰাৰ লগতে মানসিক আৰু শাৰিৰীকভাৱেও নিজকে সাজু কৰি...

ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে বাটৰ নাট প্ৰদৰ্শন…

ঢেকীয়াজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত নিচামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে বৃহস্পতিবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলি নগৰত বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে উলিয়ালে...

কৰ্ম সংগ্ৰামৰ এক জীয়া কাহিনী! বিপুল বৰাৰ আত্মপ্ৰত্যয় বহুতৰ বাবে অনুপ্ৰেৰণা…

বুকুত কৰ্মসংস্কৃতিৰ মহামন্ত্ৰৰে জীৱন জিনি সমাজৰ ভোটাতৰা হোৱা বহু ব্যক্তিৰ ভিতৰত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ২ নং উত্তৰকাঠনিৰ বিপুল বৰা সম্প্ৰতি এটি চৰ্চাৰ নাম।প্ৰয়াত শিশুৰাম...

নাৰায়ণপুৰৰ অগ্ৰণী শিক্ষালয় একৰিট একাডেমীৰ নৱাগত আদৰণি সভা…

নাৰায়ণপুৰৰ নগৰৰৰ মাজমজিয়াত অৱস্থিত একৰিট একাডেমীৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত কৰা হয়। নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়। মঙলবাৰে...

মাৰোৱাড়ী সন্মিলন গুৱাহাটী শাখাৰ দুদিনীয়া ইনড’ৰ গেমছ প্ৰতিযোগিতাৰ সফল সামৰণি

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত সমাজৰ শিশু আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ সম্ভাৱনাক দৃষ্টি ত ৰাখি মাৰৱাড়ী সন্মিলনৰ গুৱাহাটী শাখাৰ উদ্যোগত দুদিনীয়া ইনড’ৰ গেমছ ২০২৪...

Popular