স্থানীয় বাৰ্তা

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটৰ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি সামাজিক মাধ্যম(Namrata Bora)যোগে মেঘালয়ৰ মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে সামাজিক মাধ্যমত-(himanta biswa sarma)

Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা

আজি পৱিত্ৰ ঈদ-উল-আজহা।(Eid-ul-Adha 2025) প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ঈদৰ শুভেচ্ছা।দেশৰ লগতে ৰাজ্যজুৰি ঈদ-উল-আজহ উদযাপন।ঠায়ে ঠায়ে একগোট হৈ সমূহীয়াকৈ নামাজ আদায় কৰিছে।

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৱে উন্মোচিত হৈছে ন ন তথ্য ! পোহৰলৈ আহিছে নতুন কাহিনী

নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যু-কাণ্ডই(Namrata Bora) লৈছে নতুন ৰূপ! অধিবক্তা নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা সেয়া ৰহস্যময় বিষয়!ঘটনাৰ ৰহস্য আৰু মৃত্যুৰ ন্যায় বিচাৰি গুৱাহাটীৰ দিছপুৰ আৰু মেঘালয়ৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ।

Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ

কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ(Kaliabor News)

Popular