স্থানীয় বাৰ্তা

শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

AASU: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া

প্ৰথমবাৰৰ বাবে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া প্ৰকাশ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই বহু কয়-(AASU)'যৌন নির্যাতন চলোৱা নেতাৰ পক্ষত নাথাকে আছু'

sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত

ৰাজ্যৰ আন দহটা(sankarjyoti baruah)পেট্ৰ’ল ডিপোৰ দৰেই দুলীয়াজানৰ সেই পেট্ৰ’ল ডিপোটোৱেই গ্ৰাহকক তেলৰ যোগান ধৰি আহিছিল৷ কিন্তু দুলীয়াজানৰ এই পেট্ৰ’ল ডিপোটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷

Shrinkhal Chaliha: শৃংখলক সাক্ষাৎ কৰিবলৈ নিদিলে লুৰিণজ্যোতি গগৈক

ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমাব নিদিলে লুৰিণজ্যোতি গগৈক।(Shrinkhal Chaliha)আটক শৃংখল চলিহাক সাক্ষাৎ কৰিব গৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।

Kakopathar News: ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন

ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে(Kakopathar News)কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন৷ অসম পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ তত্বাৱধানত গুৱাহাটীত অনুষ্ঠাত সদৌ অসম আন্ত জিলা মাষ্টাৰ্চ প্ৰতিযোগিতাত এই সফলতা৷

Popular