স্থানীয় বাৰ্তা

অসম সাহিত্য সভাৰ উদ্যোগত বানাই জনগোষ্ঠীৰ বৌদ্ধিক-সাংস্কৃতিক সমাৱেশ সম্পন্নঃ ১৮ গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা

অসম সাহিত্য সভাৰ উদ্যোগত বানাই জনগোষ্ঠীৰ বৌদ্ধিক-সাংস্কৃতিক সমাৱেশ সম্পন্নঃ ১৮ গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা

চিলাপথাৰত সাৰথিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বসন্ত সমাৰোহ আৰু কবি সমাৰোহ সম্পন্ন

চিলাপথাৰত সাৰথিৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বসন্ত সমাৰোহ আৰু কবি সমাৰোহ সম্পন্ন। এদিনীয়া কাৰ্যসূচীৰে বসন্ত সমাৰোহখনি সফলভাৱে সামৰণি পৰে।

বৰক্ষেত্ৰী ঘোগাৰ মেধাৱী যুৱক চানিয়ামূল আহমেদৰ অকাল বিয়োগ

বৰক্ষেত্ৰী ঘোগাৰ মেধাৱী যুৱক চানিয়ামূল আহমেদৰ অকাল বিয়োগ৷ এম.এছ. চি,বি. এড্ ডিগ্ৰীধাৰী ২৭ বছৰীয়া যুৱকৰ অকাল বিয়োগত শোকস্তব্ধ বৰক্ষেত্ৰী৷

আত্মসমৰ্পণ কৰিব ছামিম আহমেদেঃ যিকোনো মুহূর্ততে আত্মসমর্পণৰ সম্ভাৱনা ছামিমৰ !

আত্মসমৰ্পণ কৰিব ছামিম আহমেদেঃ যিকোনো মুহূর্ততে আত্মসমর্পণৰ সম্ভাৱনা ছামিমৰ !

শোকাকুল পৰিৱেশত শেষ বিদায় আকাংক্ষা শইকীয়াক

গুৱাহাটীৰ মঠঘৰীয়াত অকাল মৃত্যুক আকোঁৱালি লোৱা ৩ যুৱতীৰ ভিতৰত এগৰাকী আকাংক্ষা শইকীয়া।সাপেখাটী ধনীয়াপথাৰ গাঁওৰ প্ৰতিভাৱান যুৱতী আকাংক্ষা শ‌ইকীয়াৰ মৃতদেহ স্বগৃহত আহি উপস্থিত।

Popular