অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰত ঘোষণাসমূহ অসমীয়া ভাষাতো কৰাৰ আহ্বান

অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলত এলাগী নেকি অসমীয়া ভাষা?

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত এই সিদ্ধান্ত।

উৰণ সম্পৰ্কীয় ঘোষণাৰ সময়ত LGBI বিমান বন্দৰত ব‍্যৱহাৰ নহয় অসমীয়া ভাষা।

কেৱল ইংৰাজী আৰু হিন্দী ভাষাতহে ঘোষিকাই কৰি গৈছে উৰণ সম্পৰ্কীয় ঘোষণা।

গুৱাহাটী বিমান বন্দৰত অসমীয়া ভাষাতো ঘোষণা কৰাৰ বাবে আহ্বান।

মুখ্য বিমান বিষয়ালৈ পত্ৰ লিখিলে ৩ প্ৰাক্তন আমোলাই।

নিয়ম উলংঘা কৰি অসমীয়া ভাষাত ঘোষণা নকৰাৰ অভিযোগ।

অসামৰিক বিমান পৰিবহন নীতি অনুসৰি স্থানীয় ভাষাতো হ’ব লাগে ঘোষণা।

নাতি ভংগ কৰি কেৱল হিন্দী, ইংৰাজীতহে ঘোষণা হোৱাক লৈ পত্ৰ।

উদ্বিগ্নতা প্ৰকাশ কৰি মুখ‍্য বিমান বন্দৰ বিষয়ালৈ পত্ৰ কুলধৰ শইকীয়াৰ।

অৱসৰপ্ৰাপ্ত IPS বিষয়াজনে দিয়া এই পত্ৰত চহী কৰিছে আৰু দুগৰাকী অৱসৰী বিষয়াই।




Related Articles