Breaking

প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰি প্ৰি – কোৱাৰ্টাৰত লাভলীনা

0 1,240

প্ৰি – কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ মুখামুখি হ’ব জাৰ্মানীৰ নান্দিন আপেটছৰ বিৰুদ্ধে। অহা ২৭ জুলাইত হ’ব লাভলীনা – নান্দিনৰ মেচ। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকলৈ ন গৰাকী ভাৰতীয় বক্সাৰে যোগ্যতা অৰ্জন কৰিব সক্ষম হৈছে। ইয়াৰে চাৰি গৰাকী মহিলা আৰু পাঁচজন পুৰুষ।

Leave A Reply