Breaking

ভাওনা উদ্বোধক হিচাপে মৰাণ লেঙেৰী ডিমৌপৰীয়া যুৱ সংঘত উপস্থিত লুৰিণজ্যোতি গগৈ…

0 75

গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট, ভাওনাৰ যোগেদি সমাজ গঢ়া শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ চিন্ত সাংস্কৃতিক ঐতিহ্যৰ সমল সমূহলৈ সমগ্ৰ জাতিটো আগবঢ়াই নিয়া ৷ ঠিক তেনে ক্ষেত্ৰত মৰাণ লেঙেৰী ইকৰাণি গাঁৱত ডিমৌপৰীয়া যুৱ সংঘৰ ভাওনা আয়োজন কৰা গুৰুজনাৰ মহান সৃষ্টিক শ্ৰদ্ধা জনাই গান্ধাৰীৰ কৃষ্ণ দৰ্শন ভাওনা ভাগি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে শুভ উদ্বোধন কৰে ৷

লগতে বৰ্তমান চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ ক্ষোভিত হৈ পৰা দেখা গ’ল।

Leave A Reply