Breaking

ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল বিলাসী বাহন; ফেৰীত উঠোৱাৰ সময়তে অঘটন

0 75

ফেৰীত উঠোৱাৰ সময়তে অঘটন,ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল বিলাসী বাহন।

ৰং উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে নিমাতি ঘাটত ঘটিল অঘটন৷

যোৰহাটৰ নিমাতি ঘাটত অঘটন৷ নিমাতি ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ যাব লগীয়া এখন ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰি যায় এখন বাহন৷

নিমাতি ঘাটৰ দুই নং ৰেম্পত তোলাৰ সময়ত ফেৰী পাৰ হৈ নদীত পৰেগৈ বাহনখন৷

Leave A Reply