Breaking

গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৭৯ সংখ্যক ওপজা দিন

0 599

গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, দৰদী কণ্ঠশিল্পী তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ জয়ন্ত হাজৰিকাৰ আজি ৭৯ সংখ্যক ওপজা দিন। মহান শিল্পীগৰাকীয়ে এই মায়া এৰি গুচি যোৱাৰ পিছত তেওঁৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে ‘সুৰবাহিনী’ক জীয়াই ৰাখি সাংগীতিক যাত্ৰা অব্যাহত ৰাখিছে তেওঁৰ সহধৰ্মিণী মনীষা হাজৰিকা আৰু পুত্ৰ ময়ুখ হাজৰিকাই।

আমিও প্ৰাণৰ শিল্পী গৰাকীক আজি ওপজা দিনত শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।

Leave A Reply