Breaking

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পত্নীৰ সৈতে মহেন্দ্ৰ সিং ধোনী…

0 61

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পত্নী সাক্ষীৰ সৈতে মহেন্দ্ৰ সিং ধোনী।

ক’লা ৰঙৰ পোছাকত দুয়োকে অতি সুন্দৰ দেখা গৈছে। ফটো চাওক-

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পূৰ্বৰ এক্সট্ৰাভাগান্জাৰ প্ৰথম উদযাপন আৰম্ভ হোৱাৰ লগে লগে সকলোৰে দৃষ্টি মহেন্দ্ৰ সিং ধোনী আৰু সাক্ষী সিঙৰ ওপৰত।

Leave A Reply