Breaking

কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী

0 470

কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা আগবঢ়াই আশিস ল’লে অভিনেত্ৰীগৰাকীয়ে। পুৱাৰ ভাগতে কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ লয় বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অভিনেত্ৰীগৰাকী। অসুস্থতাৰ বাবে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে অভিনেত্ৰীগৰাকী।

Leave A Reply