Breaking

সংসদৰ ঘটনাৰ সৈতে জড়িত মূল মাষ্টাৰমাইণ্ড ললিত ঝাক গ্ৰেপ্তাৰ…

0 47

সংসদৰ ঘটনাত জড়িত মূল মাষ্টাৰমাইণ্ড ললিত ঝাক গ্ৰেপ্তাৰ ৷

আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতেই গ্ৰেপ্তাৰ ঝাক৷ উল্লেখ্য যে, দৰ্শকৰ গেলেৰীৰ পৰা সদনত জপিয়াই পৰিছিল দুজন ব্যক্তি৷

ধোঁৱাময় হৈ পৰিছিল সমগ্ৰ সদন৷ বৰ্তমানলৈকে সমগ্ৰ ঘটনা সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷

Leave A Reply