Breaking

বিয়া নোহোৱাকৈ পিতৃ মাতৃ হ’ব মালাইকা -অৰ্জুন

0 223

বিয়া নোহোৱাকৈ সন্তানৰ মাতৃ হ’ব মালাইকা অৰোৰা ।

অতিশীঘ্ৰে অনাথ আশ্ৰমৰ পৰা তোলনীয়া সন্তানৰ মাতৃ হ’ব মালাইকা আৰু পিতৃ হ’ব অৰ্জুন কাপুৰ ।

মালাইকা কয় মাতৃ হোৱাটো এটা পুণ্য তাতে আকৌ আনৰ সন্তানৰ দায়িত্ব ল’ব পালে ম‌ই আৰু অৰ্জুন বহুত সুখী হ’ব ।

Leave A Reply