Breaking

মালাইকাই আকৌ উভতি আহিব বিচাৰিছে আৰবাজ খানৰ জীৱনলৈ কিন্তু আৰবাজৰ প্ৰেমিকা‌ই কোনোপধ্যেই আহিব নিদিয়ে…

0 434

আৰবাজ খানৰ প্ৰাক্তন পত্নী মাল্লাইকাই ঘূৰি আহিব বুলি চিন্তিত আৰবাজ খানৰ‌ প্ৰেমিকা । এই বিষয়টো লৈ এতিয়া চৰ্চিত বলীউডৰ চুকে-কোণে ।

মাল্লাইকাই অৰ্জুন কাপোৰৰ লগত সুখী বুলি চচিয়েল মিডিয়াত বহুত বাৰ প্ৰকাশ কৰিছে ইয়াৰ পিছতো সন্দেহ আৰবাজ খানৰ প্ৰেমিকাৰ ।

তেওঁ কোনোপধ্যেই আৰবাজ খানক হেৰুৱাব নিবিচাৰে ।

মাল্লাইকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে তেওঁ অৰ্জুন কাপোৰৰ বাহিৰে অন্য কাৰো কথা চিন্তা নকৰে । তাইৰ জীৱনত অৰ্জুন কাপোৰৰ মৰম ভালপোৱা‌ই যথেষ্ট

Leave A Reply