Breaking

কেৰালাত ৰেলত সহযাত্ৰীক অগ্নিসংযোগ কৰা লোকক গ্ৰেপ্তাৰ; ফটো প্ৰকাশ

0 63

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে নিশা কেৰালাত এখন ৰে’লত জুই লগাৰ সন্দেহত তিনিজন লোকনিহত হোৱাত এজন লোকক মহাৰাষ্ট্ৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

শ্বাহৰুখ চৈফি নামৰ অভিযুক্তজনক কেৰালা আৰক্ষীয়ে মুকলি কৰা এখন স্কেচ্ছৰ সহায়ত ধৰা পৰে।

তৰ্ক-বিতৰ্কৰ অন্তত শ্বাহৰুখে এজন যাত্ৰীৰ ওপৰত পেট্ৰল ঢালি জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

Leave A Reply