Breaking

পুনৰ অস্থিৰ হোৱাৰ দিশে মণিপুৰ ! আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে চূৰাচান্দপুৰ জিলা বন্ধ ঘোষণা…

0 73

পুনৰ অস্থিৰ হোৱাৰ দিশে মণিপুৰ। আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে চূৰাচান্দপুৰ জিলা বন্ধ ঘোষণা।

কুকি সংগঠন ITLFয়ে কৰিছে এই ঘোষণা। ২ শিক্ষাৰ্থীৰ অপহৰণ, হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা পৰিস্থিতি।

মণিপুৰ আৰক্ষী-CRPFৰ সহযোগত ৬ অভিযুক্তক গ্ৰেপ্তাৰ CBIৰ। অভিযুক্তৰ ভিতৰত আছে ৩গৰাকী নাবালিকাও।

Leave A Reply