Breaking

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোটগ্ৰহণৰ বাবে ভাৱে সাজু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন…

0 34

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইঘণ্টামান বাকী।

১৯ এপ্ৰিলৰ পুৱাৰে পৰা অনুষ্ঠিত হব ভোট দান প্ৰক্ৰিয়া।

ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণ ভাৱে সাজু হৈ উঠিছে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন।

ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰ সমুহলৈ যাবলৈ ভোট গ্ৰহণৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকল আহি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈছেহি।

কিছুসময়ৰ পিছতে পুলিং আৰু পিজাইডিং বিষয়াসকলক গাড়ীৰে ভোট গ্ৰহণ কেন্দ্ৰসমুহলৈ ৰাওনা হ’ব।

Leave A Reply